পৰিবহণ আৰু যোগাযোগ - North East Quiz Web

North East Quiz Web

A new light

Trending video

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 13 July 2017

পৰিবহণ আৰু যোগাযোগ


১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ দৈৰ্ঘ্যতম দলং কি?
উত্তৰ : চিকুৱেণ্টি।
২) প্ৰশ্ন : উত্তৰ – পূব সীমান্ত ৰে’লৱেৰ মুখ্যালয় অসমৰ ক’ত অৱস্থিত?
উত্তৰ : মালিগাঁও (গুৱাহাটী)।
৩) প্ৰশ্ন : ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট দলঙৰ পৰিকল্পনা আৰু নক্সা কোনে তৈয়াৰ কৰিছিল?
উত্তৰ : শ্ৰী বি. চি. গাংগুলী।
৪) প্ৰশ্ন : মণিপুৰৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো কি?
উত্তৰ : ১০৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।
৫) প্ৰশ্ন : মেঘালয়ৰ দীৰ্ঘতম পথ দলং কি?
উত্তৰ : দোৱান সিং চিয়েম।
৬) প্ৰশ্ন : মিজোৰামৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কি?
উত্তৰ : ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।
৭) প্ৰশ্ন : নাগালেণ্ডৰ একমাত্ৰ বিমান বন্দৰটো কি?
উত্তৰ : ডিমাপুৰ।
৮) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে?
উত্তৰ : তিনিটা।
৯) প্ৰশ্ন : অসমত কোন চনত জাহাজ সেৱা আৰম্ভ কৰা হয়?
উত্তৰ : ১৮৮৩ চনত।
১০) প্ৰশ্ন : অসমত কোন চনত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ হয়?
উত্তৰ : ১৮৬৫ চনত।
১১) প্ৰশ্ন : মেঘালয়ত কেইটা বিমান বন্দৰ আছে?
উত্তৰ : ২ টা।
১২) প্ৰশ্ন : মিজোৰামৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে?
উত্তৰ : ৬ টা।
১৩) প্ৰশ্ন : নাগালেণ্ডৰ একমাত্ৰ ৰেল ষ্টেচনটো ক’ত অৱস্থিত?
উত্তৰ : ডিমাপুৰত।
১৪) প্ৰশ্ন : ছিকিমৰ মাজেৰে কেইটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে?
উত্তৰ : ১ টা।
১৫) প্ৰশ্ন : ত্ৰিপুৰাত কেইটা বিমান বন্দৰ আছে?
উত্তৰ : ১টা।
১৬) প্ৰশ্ন : ৰাজ্যৰেই নহয় সমগ্ৰ উত্তৰ – পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাষ্ট্ৰীয় বিমান বন্দৰটো অসমৰ বৰঝাৰ, গুৱাহাটীত অৱস্থিত। ইয়াৰৰ নামটো কি?
উত্তৰ : গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।
১৭) প্ৰশ্ন : মণিপুৰৰ একমাত্ৰ বিমান বন্দৰটোৰ নাম কি?
উত্তৰ : তুলিহাল বিমান বন্দৰ।
১৮) প্ৰশ্ন : মেঘালয়ৰ কেইখনমান নদীৰ নাম উল্লেখ কৰা যিবোৰৰ নিম্নগতি অংশত সৰু নাৱৰ চলাচল সম্ভৱ হয়?
উত্তৰ : কৃষ্ণাই, কালু আৰু চিমচাং।
১৯) প্ৰশ্ন : মিজোৰামৰ একমাত্ৰ বিমান বন্দৰটো ক’ত অৱস্থিত?
উত্তৰ : আইজল।
২০) প্ৰশ্ন : ছিকিমৰ সবাতোকৈ সমীপত থকা বিমান বন্দৰটোৰ নাম কি?
উত্তৰ : বাগডোগ্ৰা (পশ্চিম বংগৰ শিলিগুড়িৰ পৰা ১২ কিঃ মিঃ দূৰ)।
২১) প্ৰশ্ন : উত্তৰ – পূবৰ কোনখন ৰাজ্যই ত্ৰিপুৰাৰ লগত ভাৰতৰ বাকী অংশক সংযোজিত কৰে?
উত্তৰ : অসম।
২২) প্ৰশ্ন : ত্ৰিপুৰাৰ একমাত্ৰ বিমান বন্দৰটো ক’ত অৱস্থিত?
উত্তৰ : আগৰতলাত।

  • উত্তৰ – পূব অঞ্চলেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ সমূহ:
ৰাষ্ট্ৰীয় ঘাই পথ নং
বাট পথ
কিঃ মিঃ ত
৩১
উত্তৰ শালমৰা – নলবাৰী – বাইহাটা চাৰিআলি – আমিনগাঁও - , ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ হৈছে।
৩২২
৩১ (ক)
উত্তৰ শালমৰা, যোগীঘোপাৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ ঘটিছে।
১৯
৩১ (গ)
কোছগাঁও – চিড্‌লি – বিজনীৰ ওচৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ ঘটিছে।
৯৩
৩৬
নগাঁও – ডিমাপুৰ
১৭০
৩৭
গোৱালপাৰাৰ ওচৰত ৩১ (খ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত গুৱাহাটী – যোৰহাট – নগাঁও – কমাৰগাঁও – মাকুম – চৈখোৱাঘাটৰ সংযোগ ঘটিছে।
৬৮০
৩৭ (ক)
কুঁৱৰীটোল – তেজপুৰৰ ওচৰত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন।
২৩
৩৮
মাকুম – লিডু – লেখাপানী
৫৪
৩৯
নুমলীগড় – ইম্ফল – পালেল – ভাৰত - ম্যানমাৰ সীমান্ত।
৪৩৬
৪০
যোৰাবাট – শ্বিলং – ডাউকিৰ ওচৰত ভাৰত – বাংলাদেশ সীমান্ত।
২১৬
৪৪
শ্বিলং – পাছী বদৰপুৰ – আগৰতলা – ছাবৰুম
৭২৩
৪৪ (ক)
আইজল – মানু
২৩০
৫১
পাইকান – তুৰা – ডালু
১৪৯
৫২
বাইহাটা চাৰিআলি – তেজপুৰ – বান্দৰদোৱা – উত্তৰ লখিমপুৰ – পাছিঘাট – তেজু – চৈখোৱা ঘাটৰ ওচৰত সীতাপানী জংচনত ৩৭ নং ঘাইপথৰ লগত সংযোগ ঘটিছে।
৮৫০
৫২ (ক)
বান্দৰদোৱা – ইটানগৰ – গহপুৰ
৫৭
৫২ (খ)
কুলাজান – ডিব্ৰুগড়
৩১
৫৩
বদৰপুৰৰ ওচৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন – জিৰিঘাট – শিলচৰ – ইম্ফল
৩২০
৫৪
ডবকা – লামডিং – শিলচৰ – আইজল – টুইপাং
৮৫০
৫৪ (ক)
থেৰিয়াট – লুংলে
০৯
৫৪ (খ)
ডবকা – লংকা – লামডিং – জাতিংগা – উদৰবন্দ – শিলচৰ
২৭
৬১
কোহিমা – বোখা – মোকোক্‌চাং – জাঁজী
২৪০
৬২
ডামৰা – বাঘমাৰা – ডালু
১৯৫
১৫০
আইজল – চুৰাচান্দপুৰ – ইম্ফল – উখৰুল – জেছামী – কহিমা
৭০০
১৫১
কৰিমগঞ্জ – বাংলাদেশ সীমান্ত।
১৪
১৫৩
লিডু – লেখাপানী – ভাৰতবৰ্ষ  - ম্যানমাৰ সীমান্ত।
৬০
১৫৪
ধলেশ্বৰ – ভৈৰৱী – কানপুই
১৮০

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages